সমললৈ যাওক

জীৱনৰ সাধনা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

জীৱনৰ সাধনা হোমেন বৰগোহাঞিৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন গ্ৰন্থ।

  1. জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ্য বাধা আছে কাৰণেই সি ৰোমাঞ্চকৰ।