জয়মতী (১৯৩৫ চলচ্চিত্ৰ)
অৱয়ব

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবি নিৰ্মাণ কৰিছিল।[১] আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা "চিত্ৰবন ষ্টুডিঅ"ত কৰা হৈছিল। ১৯৩৫ চনত "চিত্ৰলেখা মুভিটোন"ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।
সংলাপ
[সম্পাদনা কৰক | উৎস সম্পাদনা]অভিনয়ত
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আইদেউ সন্দিকৈ - সতী জয়মতী
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ জ্যোতিপ্ৰসাদ ৰচনাৱলী। সম্পাদক: ড° হীৰেন গোহাঁই। প্ৰকাশক: অসম প্ৰকাশন পৰিষদ।
