সমললৈ যাওক

ৱিলিয়াম ৰালফ ইঞ্জ

ৱিকিউদ্ধৃতিৰ পৰা
ৱিলিয়াম ৰালফ ইঞ্জ

ৱিলিয়াম ৰালফ ইঞ্জ (ইংৰাজী: William Ralph Inge; ৬ জুন ১৮৬০ – ২৬ ফেব্ৰুৱাৰী ১৯৫৪), বা জনপ্ৰিয়ভাৱে ডিন ইঞ্জ, এজন ইংৰাজ লেখক, কেম্ব্ৰিজৰ ঈশ্বৰত্বৰ অধ্যাপক আৰু ছেইণ্ট পল কেথেড্ৰেলৰ ডীন আছিল।

  1. গণতন্ত্ৰৰ প্ৰধান অসুবিধা হ’ল এইটোৱেই যে এই ব্যৱস্থাত মানুহৰ মূৰৰ ওজন নলৈ কেৱল সেইবোৰ গন্তি কৰা হয়৷