আইজাক ৱাল্টন
অৱয়ব
আইজাক ৱাল্টন (ইংৰাজী: Izaak Walton; ৯ আগষ্ট ১৫৯৩ - ১৫ ডিচেম্বৰ ১৬৮৩) এগৰাকী ইংৰাজ লেখক আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- স্বাস্থ্যলৈ মন কৰিবা। যদি তুমি সুস্বাস্থ্যৰ অধিকাৰী, তেন্তে তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাবা। বিবেকৰ পিছতেই জীৱনৰ আটাইটকৈ মূল্যৱান বস্তু হ'ল স্বাস্থ্য। [১]
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]তথ্যউৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই