সমললৈ যাওক

ৱিকিপিডিয়া

ৱিকিউদ্ধৃতিৰ পৰা

ৱিকিপিডিয়া (ইংৰাজী: Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়াত প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে। পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।

ৱিকিপিডিয়াৰ বিষয়ে[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এনে এখন পৃথিৱীৰ কল্পনা কৰক য'ত পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিক মানৱ আৰ্জিত জ্ঞানৰ পুঞ্জলৈ বিনামূলীয়াকৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয়। আমি সেয়াই কৰি আছোঁ।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Robin "Roblimo" Miller (২৮ জুলাই ২০০৪). Wikipedia Founder Jimmy Wales Responds. প্ৰকাশক: Slashdot. আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী ২০২২.