সমললৈ যাওক

ৱিকিপিডিয়া

ৱিকিউদ্ধৃতিৰ পৰা

ৱিকিপিডিয়া (ইংৰাজী: Wikipedia) হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ প্ৰায় ৪.১ নিযুত স্বেচ্ছাসেৱকে সহযোগিতাৰে ইংৰাজী ৱিকিপিডিয়াত প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে। পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।

ৱিকিপিডিয়াৰ বিষয়ে

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • এনে এখন পৃথিৱীৰ কল্পনা কৰক য'ত পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিক মানৱ আৰ্জিত জ্ঞানৰ পুঞ্জলৈ বিনামূলীয়াকৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয়। আমি সেয়াই কৰি আছোঁ।
  1. Robin "Roblimo" Miller (২৮ জুলাই ২০০৪). Wikipedia Founder Jimmy Wales Responds. প্ৰকাশক: Slashdot. আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী ২০২২.