সমললৈ যাওক

জিম্মী ৱেলছ

ৱিকিউদ্ধৃতিৰ পৰা
জিম্মী ৱেলছ

জিম্মী ৱেলছ ওৰফে জিম্ব' ৱেলছ (ইংৰাজী: Jimmy Wales) এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী, কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এনে এখন পৃথিৱীৰ কল্পনা কৰক য'ত পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিক মানৱ আৰ্জিত জ্ঞানৰ পুঞ্জলৈ বিনামূলীয়াকৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয়। আমি সেয়াই কৰি আছোঁ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Robin "Roblimo" Miller (২৮ জুলাই ২০০৪). Wikipedia Founder Jimmy Wales Responds. প্ৰকাশক: Slashdot. আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী ২০২২.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: