সমললৈ যাওক

ৱাল্ট হুইটমেন

ৱিকিউদ্ধৃতিৰ পৰা

ৱাল্ট হুইটমন (ইংৰাজী: Walt Whitman; ১৮১৯-১৮৯২) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক।

  1. ব্যক্তিগত গুণৰাশিতকৈ আন একোৱে স্থায়ী নহয়। []
  2. সদায়ে ৰ’দৰ ফালে মুখ কৰি থাকক- তেতিয়া সদায়ে আপোনাৰ পিছফালেহে ছাঁ পৰিব।[]
  3. সুখ অন্য ঠাইত নহয়, এই ঠাইতে আছে...আৰু সেয়া পিছৰ এঘণ্টাৰ বাবে নহয়, এই মুহূৰ্তৰ বাবে।[]
  4. আহতজনক কেনে অনুভৱ কৰিছে সেয়া মই নোসোধো, তাৰ সলনি মই নিজেই আহত মানুহ হৈ পৰোঁ।[]
  1. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ২
  2. ২.০ ২.১ ২.২ Walt Whitman. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: জুন 21, 2023.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: