সমললৈ যাওক

ৰাল্‌ফ ৱাল্ডো এমাৰছন

ৱিকিউদ্ধৃতিৰ পৰা

ৰাল্‌ফ ৱাল্ডো এমাৰছন (ইংৰাজী: Ralph Waldo Emerson; ২৫ মে' ১৮০৩ – ২৭ এপ্ৰিল ১৮৮২) এজন আমেৰিকান দাৰ্শনিক, ৰচনাকাৰ আৰু কবি আছিল।

  1. সততাৰ একমাত্ৰ পুৰস্কাৰ হ'ল সততা, আনৰ বন্ধুত্ব লাভ কৰাৰ একমাত্ৰ উপায় হ'ল নিজে তেওঁৰ বন্ধু হোৱা।