সমললৈ যাওক

ৰামায়ণ

ৱিকিউদ্ধৃতিৰ পৰা
হনুমানৰ পিঠিত উঠি ৰামে (সোঁফালে) ৰাৱণৰ লগত যুদ্ধ কৰাৰ দৃশ্য

ৰামায়ণ (সংস্কৃত: रामायणम्) হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। এই গ্ৰন্থখন মহৰ্ষি বাল্মীকিয়ে ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ভাৰতবৰ্ষৰ ইতিহাসৰ এক অংশ হিচাপে গণ্য কৰা হয়। ইয়াত জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক আদৰ্শ পিতৃ, আদৰ্শ ভ্ৰাতৃ, আদৰ্শ ভৃত্য, আদৰ্শ পত্নী, আদৰ্শ ৰজা আদি কিছুমান আদৰ্শ চৰিত্ৰৰ মাজেৰে দাঙি ধৰা হৈছে।

বাল্মিকীৰ দ্বাৰা ৰচিত সংস্কৃত ৰামায়ণ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • यदाचरति कल्याणि शुभं वा यदि वाऽशुभम्।
    तदेव लभते भद्रे कर्ता कर्मजमात्मनः।।
    • হে ধন্য ভদ্ৰমহিলা! হে কৃপাময়! এজন কৰ্তাই তেওঁ নিজে কৰা ভাল বা বেয়া কৰ্মৰ অনুৰূপ কৰ্মফল নিশ্চিতভাৱে লাভ কৰে!
      • ২য় কাণ্ড, অধ্যায় ৬৩, শ্লোক ৬
  • अत्येति रजनी या तु सा न प्रतिनिवर्तते।
    • পাৰ হৈ যোৱা ৰাতি, পুনৰ ঘূৰি নাহে।
      • ২য় কাণ্ড, অধ্যায় ১০৫, শ্লোক ১৯
  • सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्।
    • সত্য কথা কোৱাজনে এই জগতত সৰ্বোচ্চ স্থান লাভ কৰে।
      • ২য় কাণ্ড, অধ্যায় ১০৫, শ্লোক ১১
  • उद्विजन्ते यथा सर्पान्नरादनृतवादिनः।
    • মানুহে যিদৰে সাপক ভয় কৰে, সেইদৰে অসত্য কথা কোৱা মানুহকো ভয় কৰে।
      • ২য় কাণ্ড, অধ্যায় ১০৯, শ্লোক ১২
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: