ৰাম
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

ৰাম বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
“अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥”[১]
উচ্চাৰণ:
“অপি স্বৰ্ণময়ী লঙ্কা ন মে ৰোচতে।
জননী জন্মভূমী স্বৰ্গাদপি গৰিয়সী॥”
অনুবাদ: “হে লক্ষ্মণ, এনে স্বৰ্ণময়ী লঙ্কাইও আমাক আকৃষ্ট কৰিব নোৱাৰে। জননী জন্মভূমি স্বৰ্গতকৈও মহান।”