সমললৈ যাওক

ৰাম

ৱিকিউদ্ধৃতিৰ পৰা
ধনুৰ্বাণধাৰী ৰাম।

ৰাম বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ'ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে।

  • अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
    जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥
    • অনুবাদ: হে লক্ষ্মণ, এনে স্বৰ্ণময়ী লঙ্কাইও আমাক আকৃষ্ট কৰিব নোৱাৰে। জননী জন্মভূমি স্বৰ্গতকৈও মহান।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: