৯ জুন
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
| “মানুহে নিজৰ মনৰ ভিতৰত আন কোনো মানুহে নজনাকৈ যিটো গোপন জীৱন যাপন কৰে সেইটোৱেই হ’ল তেওঁৰ আচল জীৱন৷ সেই গোপন জীৱনটো যাপন কৰিহে তেওঁ জীয়াই থকাৰ প্ৰকৃত আনন্দ অনুভৱ কৰে৷” |
| ~ মোৰ জীৱনত ঈশ্বৰ, (হোমেন বৰগোহাঞি) ~ |