৩ এপ্ৰিল
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
|
- ২০২৪
| “লিখা কামটো আচলতে জীৱনক তুলি অনাৰ মহান চেষ্টা৷ তাৰ বাবে তপস্যাৰ প্ৰয়োজন, জীৱনৰ সাধনাৰ প্ৰয়োজন৷” |
| ~ অৰূপা পটংগীয়া কলিতা ~ |
- ২০২৫
| “মই ভাবোঁ প্ৰেম মানে হ’ল এটা যোগাত্মক চিন্তা, যি মানুহক ভাল কাম কৰিবলৈ আৰু ভাল দিশত আগুৱাই যোৱাত সহায় কৰে।” |
| ~ গায়ত্ৰী মহন্ত ~ |