২ এপ্ৰিল
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়৷” |
~ হীৰেন গোহাঁই ~ |
- ২০২৪
|
![]() |
- ২০২৫
“মুখস্থ কৰাটো এটা অতি হ্ৰস্বম্যাদী প্ৰক্ৰিয়া। মই মুখস্থ বিদ্যাৰ ঘোৰ বিৰোধিতা কৰোঁ। মুখস্থই যান্ত্ৰিক হোৱাৰ প্ৰশিক্ষণহে দিয়ে। ই জ্ঞান আহৰণত মুঠেই সহায় নকৰে, বৌদ্ধিক উৎকৰ্ষসাধন দূৰৰ কথা। স্কুলীয়া অৱস্থাৰপৰাই আমি এই পদ্ধতিক হেয় চকুৰে চাবলৈ শিকাব লাগিব।” |
~ অনুপম শইকীয়া (গণিতজ্ঞ) ~ |