২ অক্টোবৰ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“ইতিবাচক চিন্তা কৰিব, কাৰণ আপোনাৰ চিন্তাবোৰ কথা হৈ পৰে। ইতিবাচক কথা ক’ব, কাৰণ আপোনাৰ কথাবোৰ আচৰণ হৈ পৰে। ইতিবাচক আচৰণ কৰিব, কিয়নো আপোনাৰ আচৰণবোৰ অভ্যাস হৈ পৰিব। অভ্যাসবোৰ ইতিবাচক কৰি ৰাখিব, কাৰণ আপোনাৰ অভ্যাসবোৰ মূল্যবোধ হৈ পৰে। মূল্যবোধ ইতিবাচক কৰি ৰাখিব, কিয়নো আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰিব।”
~ মহাত্মা গান্ধী ~