২৯ ডিচেম্বৰ
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
“পৃথিৱীৰ কোনো মানুহকে কেতিয়াও কোনো পৰিস্থিতিয়ে সলাব নোৱাৰে। মানুহৰ চাৰিত্ৰিক দিশত অন্ততঃ পৰিস্থিতিয়ে কেতিয়াও কোনো পাৰ্থক্য আনিব নোৱাৰে৷ পৰিস্থিতিৰ ওপৰত দোষ দি মানুহ মাত্ৰ পলাব বিচাৰে সেই সময়খিনিৰ পৰা।” |
~ গায়ত্ৰী প্ৰান্তিক শৰ্মা ~ |