২৯ ছেপ্টেম্বৰ
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
| “সৃষ্টিশীল শিল্পকলাত মৌলিকতা বুলি কোনো বস্তু নাই৷ আমি যি সৃষ্টি কৰি আছোঁ, সি আমি বাস কৰি থকা পৃথিৱীখনৰ বহুস্তৰীয় ৰূপৰ অনুবাদহে মাত্ৰ৷ আৰু সেই অনুবাদকে আমি গভীৰ সূক্ষ্মতাৰে অনুসৃষ্টিৰে সজালেই সি হৈ পৰে শিল্প৷” |
| ~ ৰফিকুল হুছেইন ~ |