২৩ এপ্ৰিল
অৱয়ব
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
| “প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা৷ মাক হেৰাই যোৱা মানে জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা৷ মাতৃ বিয়োগৰ সৈতে হেৰায় একোজন পূৰ্ণাংগ মানুহৰ জন্মঠিকনা, শৈশৱ-কৈশোৰ৷” |
| ~ জলছবি, (অনুৰাধা শৰ্মা পূজাৰী) ~ |