২২ মাৰ্চ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
 
“‘পুৰণি’ নে ‘নতুন’ নহয়, সদায় প্ৰশ্ন হ’ব লাগে- ভাল নে বেয়া৷ ভাল হ’লে পুৰণিও গ্ৰহণীয়, বেয়া হ’লে নতুনো বৰ্জনীয়৷”
~ দেৱকান্ত সন্দিকৈ ~