১৯ মাৰ্চ

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“মই এটা কথা শিকিছোঁ: আপুনি কাজিয়া লগাৰ পাছতহে মানুহ এজনক জানিব পাৰে। কেৱল তাৰপিছতহে আপুনি তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ বিচাৰ কৰিব পাৰে!”
~ আনে' ফ্ৰাংক ~

২০২৪
“মানুহে ভাবে যে আত্মাৰ সঙ্গী বা ছ’ল মেট হ'ল আমাৰ জীৱনৰ সৈতে নিখুঁতকৈ খাপ খাই পৰা এগৰাকী ব্যক্তি। সকলোৱে সেইটোৱেই বিচাৰে। কিন্তু এজন প্ৰকৃত আত্মাৰ সঙ্গী হ’ল আইনাৰ দৰে, যিজন ব্যক্তিয়ে আপোনাক বাধা দি থকা সকলো বস্তু দেখুৱাব পাৰে, যিজন ব্যক্তিয়ে আপোনাক আপোনাৰ নিজৰ দৃষ্টিগোচৰ কৰে যাতে আপুনি আপোনাৰ জীৱনটো সলনি কৰিব পাৰে।”
~ এলিজাবেথ গিলবাৰ্ট ~