হোমাৰ

ৱিকিউদ্ধৃতিৰ পৰা
হোমাৰৰ মূৰ্তি

পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ মহাকাব্য ইলিয়াড আৰু ওডিছীৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]