ইউৰিপিডিছ

ৱিকিউদ্ধৃতিৰ পৰা

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তেওঁ প্ৰেমিক নহয়, যি চিৰকালৰ বাবে ভাল নাপায়।[১]
  2. ভগৱানে হিংসাক ঘিণ কৰে৷ তেওঁৰ নিৰ্দেশ-- সকলো মানুহে সৎ উপায়েৰে সা-সম্পত্তি কৰক, কিন্তু বলপূৰ্বক নহয়৷[২]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ইউৰিপিডছ. "বাণী", নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১১ ছেপ্টেম্বৰ ২০২১.
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: