হেনৰিক ইবছেন

ৱিকিউদ্ধৃতিৰ পৰা
হেনৰিক ইবছেনৰ আলোকচিত্ৰ

হেনৰিক জোহান ইবছেন (ইংৰাজী: Henrik Johan Ibsen) আছিল নৰৱেৰ এজন নাট্যকাৰ আৰু নাট্য পৰিচালক। থিয়েটাৰত আধুনিকতাবাদৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে ইবচেনক প্ৰায়ে "বাস্তৱবাদৰ পিতৃ" আৰু তেওঁৰ সময়ৰ অন্যতম প্ৰভাৱশালী নাট্যকাৰ বুলি কোৱা হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ধনে বস্তুৰ খোলাটো কিনিব পাৰে, কিন্তু শাহটো কিনিব নোৱাৰে। ই তোমাৰ খাদ্যটো কিনিব পাৰে, কিন্তু ভোকটো কিনিব নোৱাৰে, ঔষধ কিনিব পাৰে, কিন্তু স্বাস্থ্য কিনিব নোৱাৰে, চিনাকি মানুহ কিনিব পাৰে, কিন্তু বন্ধু কিনিব নোৱাৰে, ভৃত্য কিনিব পাৰে, কিন্তু বিশ্বস্ততা কিনিব নোৱাৰে, আনন্দময় দিন কিনিব পাৰে, কিন্তু সুখ বা শান্তি কিনিব নোৱাৰে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]