সামান্থা ৰুথ প্ৰভু

ৱিকিউদ্ধৃতিৰ পৰা
সামান্থা ৰুথ প্ৰভু

সামান্থা ৰুথ প্ৰভু (পূৰ্বে: সামান্থা আকিনেনী; জন্ম ২৮ এপ্ৰিল ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

মই জানো যে মই এতিয়াৰ পৰা অক্কিনেনী সামান্থা আৰু পৰিয়ালটোৰ উত্তৰাধিকাৰ আৰু সুনামৰ সৈতে খাপ খাব লাগিব।
  • দক্ষিণৰ এগৰাকী নায়িকাৰ বাবে অৰ্থপূৰ্ণ ভূমিকা লাভ কৰাটো কিমান কঠিন সেই কথা উপলব্ধি কৰো। ভাল চৰিত্ৰ নাই বাবে মই যিমান ছবি চাইন কৰিব বিচাৰো সিমান ছবিত চুক্তিবদ্ধ হোৱা নাই। ক’বলৈ বহুতেই হতাশাজনক।
    • উৎস: দক্ষিণৰ এগৰাকী নায়িকাৰ বাবে কোনো অৰ্থপূৰ্ণ ভূমিকা নাই: সামান্থা. দ্য হিন্দু. (১৭ ছেপ্টেম্বৰ, ২০১৬)

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]