সমললৈ যাওক

জাহ্নৱী কাপুৰ

ৱিকিউদ্ধৃতিৰ পৰা
জাহ্নৱী কাপুৰ

জাহ্নৱী কাপুৰ (‍ইংৰাজী: Janhvi Kapoor; জন্ম: মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যি হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা। তেওঁ ২০১৮ চনত বাণিজ্যিকভাৱে সফল ৰোমাণ্টিক চলচ্চিত্ৰ "ধড়ক"ৰ জৰিয়তে অভিনয়ৰ জগতত খোজ পেলাইছিল। কাপুৰে তেতিয়াৰে পৰা নেটফ্লিক্সৰ দ্বাৰা প্ৰযোজিত ফিল্ম "ঘোষ্ট ষ্টোৰীজ" আৰু "গুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্ল"ত অভিনয় কৰিছিল।

  • সৌন্দৰ্য্যৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাৰীৰ যাত্ৰা বেলেগ বেলেগ আৰু ইয়াৰ বাবে তেওঁলোকে গৌৰৱ কৰা উচিত।
  • মোক প্ৰয়োজন হোৱা একমাত্ৰ ব্যক্তিজন আছিলা তুমি। তুমি মোৰ আত্মাৰ এটা অংশ। মোৰ ভাল বন্ধু। মোৰ সকলো কামৰ এক কাৰণ।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: