সাঁচ বাৰ্তা:আজিৰ উদ্ধৃতি
বিষয় যোগ কৰকঅৱয়ব
Latest comment: ২ বছৰৰ পূৰ্বে by Kuldhar Rabha in topic বেটুপাতৰ “আজিৰ উদ্ধৃতি (২০২৩)” নিৰ্বাচনৰ বাবে সহায়ৰ প্ৰয়োজন
বেটুপাতৰ “আজিৰ উদ্ধৃতি (২০২৩)” নিৰ্বাচনৰ বাবে সহায়ৰ প্ৰয়োজন
[উৎস সম্পাদনা]উদ্ধৃতি যোগ কৰিবলৈ এই সাঁচটো ব্যৱহাৰ কৰক:
{{Qotd
| quote =
| author =
}}
উদাহৰণস্বৰূপে:
{{Qotd
| quote = মই এটা কথা শিকিছোঁ: আপুনি কাজিয়া লগাৰ পাছতহে মানুহ এজনক জানিব পাৰে। কেৱল তাৰপিছতহে আপুনি তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ বিচাৰ কৰিব পাৰে!
| author = আনে' ফ্ৰাংক
}}
এপ্ৰিল-২০২৩
[উৎস সম্পাদনা]মে’-২০২৩
[উৎস সম্পাদনা]৫/
| “দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷” |
| ~ নেপোলিয়ন বোনাপাৰ্ট ~ |