সাঁচ:আজিৰ উদ্ধৃতি/৮
অৱয়ব
| “পৰিবৰ্তন জগতৰ ধৰ্ম৷ কালৰ অবিৰাম সোঁতে জগতক একেথিৰে ৰখা নাই৷ কেৱল ঢৌৰ উপৰি ঢৌ৷ পৰিবৰ্তনৰ পিছত পৰিবৰ্তন৷ এটা কথাৰে পৰিবৰ্তনৰ মাজেদি বিকাশ আৰু আনটোৰে পৰিবৰ্তনৰ মাজেদি বিনাশ৷ বিকাশৰ পৰিবৰ্তনেই উন্নতি আৰু বিনাশৰ পৰিবৰ্তনেই অৱনতি৷” |
| ~ ৰত্নকান্ত বৰকাকতি ~ |