সাঁচ:আজিৰ উদ্ধৃতি/১০

ৱিকিউদ্ধৃতিৰ পৰা
“শোষণকাৰীক শেষ কৰিবই লাগিব; কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি, মহা-বিপ্লৱৰ সৃষ্টি কৰি৷ তাকে কৰিবলৈ মই হাতত কলম তুলি লৈছোঁ৷”
~ বিষ্ণু প্ৰসাদ ৰাভা ~