সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৪/৩

ৱিকিউদ্ধৃতিৰ পৰা
“অকল বিদ্যা লাভ কৰাটোৱেই শিক্ষাৰ এক মাত্ৰ উদ্দেশ্য নহয়। নিজৰ জাতিটো, নিজৰ সমাজখন চিনি পাব পৰাটোও শিক্ষাৰ অন্যতম মূল লক্ষ্য। সমাজখনৰ পৰা সাংস্কৃতিকভাৱে, মানসিকভাৱে আৰু আধ্যাত্মিকভাৱে বিচ্ছিন্ন হৈ লাভ কৰা উচ্চ শিক্ষাৰ কোনো মূল্য নাই বুলি মই ভাবোঁ৷”
~ বিপিনপাল দাস ~