সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৪/১৩

ৱিকিউদ্ধৃতিৰ পৰা
“অসমৰ সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন নহ'লে অসমৰ দাৰিদ্ৰ-ক্লিষ্ট অসহায় শিল্পীসকলৰ অৱস্থা পৰিৱৰ্তনো কেতিয়াও হ'ব নোৱাৰে- যিমানেই মোহিনী মন্ত্ৰেৰে এটা দলে শিল্পীসকলক মুগ্ধ আৰু লুব্ধ নকৰক৷”
~ ফণী শৰ্মা ~