সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৩/৭

ৱিকিউদ্ধৃতিৰ পৰা
“তুমি পৃথিৱীলৈ কান্দি কান্দি আহিছিলা আৰু ওচৰ-চুবুৰীয়াই হাঁহিছিল৷ এতিয়া তুমি এনে কাম কৰিবা যাতে তুমি নিজে হাঁহি হাঁহি পৃথিৱীৰ পৰা যাব পাৰা আৰু আনে যেন তোমাৰ বাবে হিয়া ভুকুৱাই কান্দে৷”
~ আব্ৰাহাম লিংকন ~