সাঁচ:আজিৰ উদ্ধৃতি/মে'-২০২৩/৬

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহে সাফল্যৰ জৰিয়তে সফল হয় বুলি ভবাটো ভুল। বেছিভাগ সময়তে বিফলতাৰ পৰাহে সাফল্য আহে। বিফলতাই যি শিকায়; অনুশাসন, অধ্যয়ন, উপদেশ আৰু উদাহৰণে কেতিয়াও সেই শিক্ষা দিব নোৱাৰিলেহেঁতেন।”
~ চেমুৱেল স্মাইলছ্ ~