সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৪/৯

ৱিকিউদ্ধৃতিৰ পৰা
“সৰু ল’ৰা-ছোৱালীৰ ওপৰত পৃথিৱীয়ে যি আস্থা ৰাখে, তাতকৈ পবিত্ৰ কোনো আস্থা নাই। তেওঁলোকৰ অধিকাৰক সন্মান জনোৱা, তেওঁলোকৰ কল্যাণ সুৰক্ষিত হোৱা, তেওঁলোকৰ জীৱন যাতে ভয় আৰু অভাৱৰ পৰা মুক্ত হয় আৰু শান্তিৰে ডাঙৰ-দীঘল হয়, ইয়াতকৈ ডাঙৰ কৰ্তব্য নাই।”
~ কফি আন্নান ~