সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৩/২৭

ৱিকিউদ্ধৃতিৰ পৰা
“থিয়েটাৰ চলিয়েই থাকিব, বাচ চলিয়েই থাকিব৷ নিজৰ যাত্ৰা নিজে ঠিক কৰি লোৱা৷ তোমাক যদি আকৌ থিয়েটাৰত লগ নাপাওঁ, তেনেহ’লে এইখিনিত, এইখিনিত (অৰ্থাৎ মুখত) মই দুখ পাম, কিন্তু এইখিনিত, এইখিনিত (অৰ্থাৎ অন্তৰত) মই আনন্দ পাম৷”
~ আৱৰ্তন (চলচ্চিত্ৰ), (ভবেন্দ্ৰ নাথ শইকীয়া) ~