সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৩/১৪

ৱিকিউদ্ধৃতিৰ পৰা
“আপুনি যদি নিজৰ সন্তানক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক পৰীৰ দেশৰ সাধু শুনাওক৷ তেওঁলোকক যদি আৰু অধিক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক আৰু অধিক পৰীৰ দেশৰ সাধু শুনাওক৷”
~ এলবাৰ্ট আইনষ্টাইন ~