সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৪/৯

ৱিকিউদ্ধৃতিৰ পৰা
“ভগৱানে তোমাক যিমান ধন-সম্পত্তি দিছে; সেয়া যদি তুমি কেৱল তোমাৰ বুলিয়েই সাৱটি থাকা, তেন্তে সি পুতিগন্ধময় এটা মৰাশৰ দৰে; যদি তুমি তাক আনৰ সৈতে ভগাই লোৱা, তেন্তে তাক প্ৰসাদতকৈয়ো পৱিত্ৰ বুলি গণ্য কৰা হ’ব৷”
~ গুৰু নানক ~