সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৪/২১

ৱিকিউদ্ধৃতিৰ পৰা
“শিশুৰ মানসিক বিকাশৰ বাবে মাতৃভাষাৰ সিমানেই আৱশ্যক, যিমান কেঁচুৱাক শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ আৱশ্যক৷ সেইবাবেই তাৰ মানসিক বিকাশৰ বাবে তাৰ ওপৰত মাতৃভাষাৰ অতিৰিক্ত কোনো এটা ভাষা জাপি দিয়াটো মই মাতৃভূমিৰ বিৰুদ্ধে পাপ বুলি ভাবোঁ৷ নিজ দুগ্ধ নিজ সন্তানক দান নকৰা মাতৃ যিদৰে পাপিনী একেদৰে মাতৃভাষাক অৱজ্ঞা কৰা ব্যক্তিগৰাকীও মহাপাতকী৷”
~ মহাত্মা গান্ধী ~