সাঁচ:আজিৰ উদ্ধৃতি/ফেব্ৰুৱাৰী-২০২৪/১৫
অৱয়ব
| “আমি ডাঙৰ ডাঙৰ কিতাপ পঢ়া শিকাব নালাগে; আমি পঢ়াৰ প্ৰতি প্ৰেম শিকাব লাগে। সাহিত্যৰ কেইখনমান ৰচনাৰ বিষয়বস্তু জনাটো এক তুচ্ছ সাফল্য। পঢ়া-শুনা কৰি থাকিবলৈ প্ৰৱল ইচ্ছা হোৱাটোহে এটা ডাঙৰ কৃতিত্ব।” |
| ~ বুৰহুছ ফ্ৰেডেৰিক স্কিনাৰ ~ |