সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/৯

ৱিকিউদ্ধৃতিৰ পৰা
“সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি। সংস্কৃতিৰ পূৰ্ণ বিকাশতেই মানুহৰ জীৱনৰ পৰম আনন্দ। মানুহে সংস্কৃতিৰে, সভ্যতাৰে সুন্দৰকেই মানুহৰ জীৱনলৈ নমাই আনিবলৈ বিয়াকুল। আন্ধাৰ অতিতত ‘পোহৰলৈ পোহৰলৈ’ বুলি যি ধ্বনি উঠিছিল-তাতেই ঘোষিত হৈছিল মানৱৰ সংস্কৃতিক অভিলাষ,পোহৰৰ পিয়াহ।”
~ ইছমাইল হোছেইন ~