সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/২

ৱিকিউদ্ধৃতিৰ পৰা
“আমি যিমান জাগৰিত হৈ থকা উচিত তাৰ আধাখিনিহে হৈ থাকো। আমাৰ যিমান মানসিক আৰু শাৰীৰিক সম্পদ আছে তাৰ মাত্ৰ এটা ক্ষুদ্ৰ অংশহে আমি ব্যৱহাৰ কৰি থাকোঁ। বহলাই ক'বলৈ হ'লে এজন মানুহে তেওঁৰ সামৰ্থ্যৰ সীমাৰ বহু তলত বাস কৰে। তেওঁৰ বিভিন্ন ধৰণৰ ক্ষমতা থাকে যিবোৰ তেওঁ ব্যৱহাৰ নকৰে।”
~ উইলিয়াম জেমছ ~