সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/১৫

ৱিকিউদ্ধৃতিৰ পৰা
“সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি বাস্তৱ কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰতে নিশ্চুপ হৈ থাকি মৃত্যুৰ এন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।”
~ ৰীতা চৌধুৰী ~