সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৪/১৪

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহৰ সন্তান হৈ কেৱল ভাত-কাপোৰৰ চিন্তাত দিন-ৰাতি কটোৱাটো জানো প্ৰকৃত মানুহৰ কাম? খাটি লুটি, চুঁচৰি-বাগৰি, পেটৰ ভাত মুঠিৰ যোগাৰ কৰি উশাহ-নিশাহ লৈ জীয়াই থকাটোৱেই জানো মানুহৰ কাম? এই পৃথিৱীত জীয়াই থকাৰ অৰ্থ কি? জন্ম লোৱাৰ উদ্দেশ্য জানো কেৱল জীয়াই থকা? ভোকে-লঘোনে থাকি, বা কিবা উপায়ে এমুঠি ভাতৰ যোগাৰ কৰি জীয়াই থাকি মৰণৰ বুকত জাহ যোৱাটোৱেই জানো মানুহ হৈ জীৱন ধাৰণ কৰাৰ মূল উদ্দেশ্য?”
~ চৈয়দ আব্দুল মালিক ~