“যেনেকৈ একোজন মানুহৰ মনতে একে সময়তে প্ৰেম আৰু ঘৃণা দুয়োটাই থকা সম্ভৱ, ঠিক তেনেকৈ মানুহৰ মনতো একে সময়তে অমৰত্বৰ বাসনা আৰু চিৰ-বিলুপ্তিৰ কামনা থকাটোও সম্ভৱ। মৃত্যুৰ ইচ্ছা আৰু জীৱনৰ ইচ্ছা প্ৰত্যেক মানুহৰ অন্তৰত লগালগিকৈ থাকে। মৃত্যু হ'ল প্ৰেমৰ সংগী। দুয়োটাই লগ লাগি পৃথিৱীখন শাসন কৰে।”
|