সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/৯

ৱিকিউদ্ধৃতিৰ পৰা
“ভাষা চৈতন্য নাথাকিলে জাতীয় চৈতন্য নাথাকে৷ ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ”
~ ড° বাণীকান্ত কাকতি ~