সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/১৬

ৱিকিউদ্ধৃতিৰ পৰা
“আমি ডাঙৰ ডাঙৰ কিতাপ পঢ়া শিকাব নালাগে; আমি পঢ়াৰ প্ৰতি প্ৰেম শিকাব লাগে। সাহিত্যৰ কেইখনমান ৰচনাৰ বিষয়বস্তু জনাটো এক তুচ্ছ সাফল্য। পঢ়া-শুনা কৰি থাকিবলৈ প্ৰৱল ইচ্ছা হোৱাটোহে এটা ডাঙৰ কৃতিত্ব।”
~ বুৰহুছ ফ্ৰেডেৰিক স্কিনাৰ ~