সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৩/১৪

ৱিকিউদ্ধৃতিৰ পৰা
“মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~