সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/৬

ৱিকিউদ্ধৃতিৰ পৰা
“সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ৷

(অৰ্থ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ’লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ’লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে।)”

~ ফকৰা যোজনা ~