সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/১৭

ৱিকিউদ্ধৃতিৰ পৰা
“কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।”
~ মালালা ইউছুফজাই ~