সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/১১

ৱিকিউদ্ধৃতিৰ পৰা
“ভাষা থাকিলেহে জাতি থাকিব, মুখৰ মাতষাৰ হেৰালে পেটৰ ভাতে আমাক বচাব নোৱাৰে বা জাতি ৰক্ষা কৰিব নোৱাৰে৷”
~ নগেন শইকীয়া ~