সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/৩

ৱিকিউদ্ধৃতিৰ পৰা
“এজন মানুহৰ প্ৰকৃত মানুহ হোৱা-নোহোৱাটো তাৰ জাতি, বৰ্ণ বা ভাষাৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰে কিছু পৰিমাণে তাৰ উত্তৰাধিকাৰ, কিছু পৰিমাণে পাৰিবাৰিক পৰিৱেশ, আৰু বেছিভাগেই তাৰ ব্যক্তিসত্ত্বাৰ ওপৰত। যাক বৈজ্ঞানিকসকলে আখ্যা দিছে ইন্‌ডিভিজুৱালিটি (individuality).”
~ পাৰ্থ চট্টোপাধ্যায় ~