সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৪/২৯
অৱয়ব
| “সামগ্ৰিক বিচাৰত আমাৰ চাৰিওফালৰ বিশ্ব চৰাচৰ অতিশয় জটিল আৰু অনিশ্চিত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এই সৰ্বগ্ৰাসী জটিলতাৰ মাজতো কিছুমান নিয়মিত আৰু বিধিসন্মত ঘটনা-পৰিঘটনা আৱিষ্কাৰ কৰিব পাৰি।” |
| ~ বিপুলজ্যোতি শইকীয়া ~ |